Browsing Tag

eye

গৰমত কনজাংটিভাইটিছৰ পৰা ৰক্ষা পাবলৈ মানি চলক এই ৫টা নিয়ম

গৰমৰ দিনত চকুৰ বিভিন্ন সমস্যাই দেখা দিয়ে। জটিল ৰোগ নহ’লেও এই সময়ত আন ঋতুৰ তুলনাত কনজাংটিভাইটিছৰ সমস্যা কিছু বেছি দেখা যায়। ইয়াৰ মূল কাৰণ হ’ল ভাইৰাছৰ আক্ৰমণ। কিন্তু বেক্টেৰিয়া, এলাৰ্জীৰ পৰাও হ’ব পাৰে এই সমস্যা। এইক্ষেত্ৰত