Browsing Tag

ELEPHANT

নদুৱাৰ ঢাৰিকাটি পালেঙ গাঁৱত বন্যহস্তীৰ তাণ্ডৱ

পুৱতি নিশা গাঁওখনত প্ৰৱেশ কৰি বিপুল ঙাটে নামৰ লোকজনৰ ভঁৰাল ঘৰ ভাঙি ধান খাই তহিলং কৰে এটা বনৰীয়া হতীয়ে৷ ৰাইজে অভিযোগ মতে, নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত নিশাৰ ভাগত ওলাই অহা জাক জাক বনৰীয়া হাতীয়ে ঢাৰিকাটি অঞ্চলৰ গাঁও

চিলাপথাৰ অঞ্চলত বন্যহস্তীৰ আতংক।

বানৰ সন্ত্ৰাসৰ সমান্তৰালকৈ অব্যাহত আছে । নৈপৰীয়া সোনাৰীঘাট আৰু মেধীপমুৱাত এটা বন্যহস্তীৰ জাকৰ মুক্ত বিচৰনে ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে। যোৱা নিশা এটা হাতীৰ জাকে অঞ্চলটোৰ সোনাৰীঘাট আৰু মেধীপমুৱাত উপস্থিত হয়। দলটোৱে গাঁও দুখনৰ ক্ৰমে

নগাঁৱৰ কন্দলীৰ কাফিতলী বামুণ গাঁৱত বন্যহস্তীৰ উপদ্ৰৱ

এটা বন্যহ‌স্তীয়ে পকী ঘৰৰ দেৱাল ভাঙি ভঁড়ালৰ ধান খায় চলালে উপদ্ৰৱ। বামুণ গাঁৱৰ লখিন্দ ওৰাং নামৰ লোকজনৰ বাসগৃহ ভাঙি উপদ্ৰৱ চলাই বন্যহস্তীটোৱে। বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালৰটোৰ। নিশা হ'লেই খাদ্যৰ সন্ধানত

ভাৰত-ভূটান সীমান্তত অব্যাহত হাতী মানুহৰ সংঘাত

তামুলপুৰ জিলাৰ অন্তৰ্গত বনাঞ্চলৰ অবাধ ধ্বংস যজ্ঞৰ ফলত বনাঞ্চল সংকুচিত হোৱাত তীব্ৰ খাদ্য সংকটত ভোগা বনৰীয়া হাতীৰ বৃহৎ জাকে ভূটান পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি আহি জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰি মানুহৰ লগত সংঘাতত লিপ্ত হৈ আহিছে। খাদ্যৰ

তামুলপুৰ জিলাৰ বিমলানগৰত বন্য হস্তীৰ আক্ৰমণত নিহত জগদীশ নমঃ শৰ্মা

তামুলপুৰ জিলাৰ বিমলানগৰত নিশা অকলশৰীয়া বনৰীয়া হাতী এটাই আহি লোক জনৰ ঘৰৰ কাষতে আক্ৰমণ কৰি পেলাই থৈ যায় পথাৰত। বন্য হস্তীৰ আক্ৰমণত নিহত জগদীশ নমঃ শৰ্মা নিশা বন বিভাগ আৰু ৰাইজে হাতী খেদা সময়তে সংঘটিত হয় এই ঘটনা। ঘটনা সংঘটিত হোৱাত

কেৰালাৰ ৰাজ্যপালে বনৰীয়া হাতীৰ আক্ৰমণ সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰত উত্থাপন কৰাৰ আশ্বাস দিলে…

কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে সোমবাৰে ৱায়ানাডৰ বাসিন্দাসকলক আশ্বাস দিছিল যে তেওঁ অঞ্চলটোত সঘনাই বনৰীয়া হাতীৰ আক্ৰমণসন্দৰ্ভত বিষয়টো ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে উত্থাপন কৰিব। "বিষয়টো বুজিবলৈ মই ইতিমধ্যে সংশ্লিষ্ট মন্ত্ৰীসকলৰ