Browsing Tag

election

শাৰদীয় দুৰ্গা পূজাৰ পিছতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন।

সম্পূৰ্ণ নতুন পদ্ধতিৰে আৰম্ভ হ’বলগীয়া নিৰ্বাচনক লৈ শাসক-বিৰোধীয়ে আৰম্ভ কৰিছে তৎপৰতা। কিয়নো এইবাৰৰ পৰা সংশোধিত পঞ্চায়ত আইন অনুসৰি গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে অনুষ্ঠিত নহয় প্ৰত্যক্ষ নিৰ্বাচন। গাঁও পঞ্চায়ৰ নিৰ্বাচিত ৱাৰ্ডসমূহৰ

দেশৰ ৭ৰাজ্যত আজি অনুষ্ঠিত হৈছে উপ নিৰ্বাচন

পুৱা ৭বজাৰ পৰা শান্তিপূৰ্ণভাৱে আটাইকেইখন ৰাজ্যতে চলি আছে ভোটগ্ৰহণ। সন্ধিয়া ৬বজালৈকে চলিব এই ভোটদান প্ৰক্ৰিয়া। বিহাৰৰ এখন আসনৰ পৰিৱৰ্তে পশ্চিম বংগত ৪খন, উত্তৰাখণ্ডত ২খন, মধ্য প্ৰদেশত ১খন, পাঞ্জাৱত ১খন, তামিলনাডুত ১ আৰু হিমাচলত ৩খন আসনত

আজি দেশত সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ

আজি পুৱা ৭বজাৰে পৰা আৰম্ভ লোকসভা নিৰ্বাচন-২০২৪ৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ। অন্তিম পর্যায়ত দেশৰ ৭খন ৰাজ্য আৰু এটা কেন্দ্রীয় শাসিত অঞ্চলৰ মুঠ ৫৭ টা সমষ্টিত শনিবাৰে ভোটগ্রহণ অনুষ্ঠিত হৈছে। এই পর্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩ খন,

আজি দেশত লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ পুৱা ৭বজাৰ পৰা আৰম্ভ

আজি দেশত লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। দেশৰ ৯খন ৰাজ্য আৰু এটা কেন্দ্রীয় শাসিত অঞ্চলৰ ৯৬টা সমষ্টিত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫বজালৈ ভোটগ্রহণ কৰা হ'ব। ইভিএমত ভাগ্য বন্দী হ'ব

বিজেপিৰ হৈ পাঁচবাৰ ভোট দি নিলম্বিত হ’ল কৰিমগঞ্জৰ প্ৰিজাইডিং বিষয়া

ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)ত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীক একাধিকবাৰ ভোটদান কৰাৰ অভিযোগত কৰিমগঞ্জ লোকসভা সমষ্টিৰ জিলা নিৰ্বাচনী বিষয়াই এটা ভোটগ্ৰহণ কেন্দ্ৰৰ এজন প্ৰিজাইডিং বিষয়াক নিলম্বন কৰিছে। ইফালে এক চৰকাৰী বিবৃতি অনুসৰি

দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ দিনটোত ছখনকৈ ৰে’লৰ যাত্ৰা বাতিলকৰণত আশ্চৰ্য প্ৰকাশ আম আদমি পাৰ্টীৰ

হাজাৰ হাজাৰ ভোটাৰক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰি বিজেপিয়ে জয়ী হোৱাৰ দিবাস্বপ্ন দেখিছে: ডা৹ ভবেন চৌধুৰী লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ দিনটোতে উত্তৰ পূব সীমান্ত ৰে'লৱেই বৰাকলৈ যোৱা ছখনকৈ ৰে'ল বাতিল কৰা, সাতখনকৈ ৰে'লৰ যাত্ৰা আধাতে সামৰা

১৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত দ্বিতীয় পৰ্যায়ত ৮৮ টা সমষ্টিৰ বাবে ভোটদান আৰম্ভ

বাহিৰৰ মণিপুৰৰ ৪ জন প্ৰাৰ্থীকে ধৰি ১,২০০ ৰো অধিক প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে।কেৰালাৰ সকলো ২০ খন আসন, কৰ্ণাটকৰ ২৮ খন আসনৰ ভিতৰত ১৪ খন, ৰাজস্থানৰ ১৩ খন আসন, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশত ৮খন কৈ আসন, মধ্য প্ৰদেশত ৭খন কৈ

মুছলপুৰত উপস্থিত নিৰ্বাচনী বিষয়া-কৰ্মচাৰী

৩ নং তামুলপুৰ আৰু ৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ ৪৭০ টা ভোট কেন্দ্ৰৰ কাৰণে ৪৭০ গৰাকী প্ৰিজাইডিং আৰু ১৪১০ গৰাকী পুলিং বিষয়াই ইভিএম মেচিনকে ধৰি সকলো সামগ্ৰী সংগ্ৰহৰ কাৰণে বাক্সাৰ মুছলপুৰত উপস্থিত হৈছে। দুয়োটা বিধানসভা সমষ্টিৰ

অতিৰিক্ত বেলট পেপাৰ জাৰী কৰাৰ বাবে লখিমপুৰত ভোটগ্ৰহণ কৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল

ভোটদানৰ সময়ত অতিৰিক্ত বেলট পেপাৰ জাৰী কৰাৰ অভিযোগত অসমৰ তিনিজন ভোটগ্ৰহণ কৰ্মীৰ বিৰুদ্ধে দণ্ডাধীশ তদন্ত আৰম্ভ কৰা হৈছে।তিনিচুকীয়াজিলা আয়ুক্ত স্বপ্নীল পলে কৈছিল যে অভিযুক্ত কৰ্মীসকলক শনিবাৰে লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ডুমডোমা

২৬ এপ্রিলত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

সমাগত লোকসভা নিৰ্বাচন নিৰ্বাচনলৈ মাজত মাত্ৰ কেইচামান দিন বাকী ইতিমধ্য প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ম পত্ৰ দাখিল দিন সম্পূৰ্ন হৈছে সমান্তৰালভাৱে আজিৰে পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী