Browsing Tag

earthquick

তিনি দশকৰ ভিতৰত সৰ্ববৃহৎ ভূমিকম্প টাইৱানত

তিনি দশকৰ ভিতৰত সৰ্ববৃহৎ ভূমিকম্প টাইৱানত ৭.৭ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে টাইৱানক ভূমিকম্পৰ পাছতে দেশখনত ছুনামীৰ আশংকা কৰা হৈছে চুবুৰী দেশতো হাই এলাৰ্ট জাৰি কৰা হৈছে ৩ মিটাৰ পৰ্যন্ত ছুনামিৰ প্ৰভাৱৰ সম্ভাৱনা কৰা হৈছে

জাপানত পুনৰ ভূমিকম্প

সোমবাৰে, ৮ জানুৱাৰীত স্থানীয় বিষয়াসকলে জনাইছিল যে জাপানৰ নৱবৰ্ষৰ দিনা হোৱা ভূমিকম্পৰ পিছত এতিয়াও সন্ধানহীন হোৱা লোকৰ সংখ্যা ৩২৩ লৈ বৃদ্ধি পাইছে, যি চাৰিগুণতকৈও অধিক বৃদ্ধি। স্থানীয় সংবাদ মাধ্যমৰ মতে মৃত্যুৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি

চীনৰ জিনজিয়াং অঞ্চলত 5.5 প্ৰাবল্যৰ ভূমিকম্প

চীনৰ উত্তৰ-পশ্চিম জিনজিয়াং অঞ্চলত ৫.৫ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয় উত্তৰ-পশ্চিম চীনৰ এটা শীতল আৰু পাহাৰীয়া অঞ্চলত ৬.২ প্ৰাবল্যৰ ভূমিকম্পত কমেও ১১১ জন লোকৰ মৃত্যু হোৱাৰ কেইঘণ্টামান পিছত পুনৰ ভূমিকম্প চীনৰ গানচু প্ৰদেশৰ স্থানীয়

বাংলাদেশত ৫.৬ প্ৰাবল্যৰ ভূমিকম্পহোৱাৰ লগে লগে বংগত কম্পন অনুভৱ

শনিবাৰে ৰাতিপুৱা চুবুৰীয়া বাংলাদেশত ৫.৬ প্ৰাবল্যৰ ভূমিকম্পহোৱাৰ ফলত পশ্চিম বংগৰ বিভিন্ন ঠাইত কম্পন অনুভৱ কৰা হৈছিল। নেচনেল চেণ্টাৰ ফৰ চিচমোলজিৰ মতে, পুৱা ৯.০৫ বজাত দক্ষিণ-পূব বাংলাদেশত ৫৫ কিলোমিটাৰ গভীৰতাত ভূমিকম্পটো সংঘটিত হৈছিল।