Browsing Tag

durgapuja

আজি ৰাজ্যজুৰি পালন সপ্তমী

ৰাজ্যজুৰি দুৰ্গাপূজাৰ ব্যাপক উছাহ প্ৰতিটো পূজা মণ্ডপত পুৱাৰে পৰা ভক্তৰ সমাগম মা দুৰ্গাৰ আশীষ লবলৈ ভিৰ কৰিছে ভক্তই ঢাক-ঢোল, শংখ-ঘন্টা আৰু পুৰোহিতৰ বেদ- মন্ত্ৰৰ ধ্বনিৰে ষষ্ঠীৰ বেদীত বুধবাৰে প্ৰতিষ্ঠা হ'ল দেৱী দশভূজাৰ প্ৰতিমা।

বতৰৰ বাবে ম্নান পৰিব নেকি পূজাৰ আনন্দ?

শাৰদীয় দুৰ্গোৎসৱত বিধি-পথালি দিব নেকি বৰষুণে? বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সদৰী কৰা আগজাননী অনুসৰি ৰাজ্যৰ লগতে মহানগৰীৰ কিছু কিছু ঠাইত মজলীয়া আৰু পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। ৭ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ ৰাজ্যৰ লগতে

প্ৰতিখন দুৰ্গা পূজা সমিতিলৈ অসম চৰকাৰে আগবঢ়াব বিত্তীয় সাহায্য

সমাগত দুৰ্গা পূজা। দুৰ্গা পূজাকলৈ দেশ তথা ৰাজ্যজুৰি ব্যাপক প্ৰস্ততি । প্ৰতিখন দুৰ্গা পূজা সমিতিলৈ অসম চৰকাৰে আগবঢ়াব বিত্তীয় সাহায্য: মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা অসম চৰকাৰে অসমৰ প্ৰতিটো উৎসৱৰ সময়ত জনসাধাৰণৰ লগত যাতে উৎসৱ পালন কৰিব

দুৰ্গা পূজা কমিটীসমূহৰ বাবে কামৰূপ মহানগৰ প্ৰশাসনে জাৰি কৰিলে SOP

প্ৰতিখন পূজা কমিটীয়ে পালন কৰিব লাগিব সুৰক্ষা-নিৰাপত্তাৰ নিৰ্দেশনাৱলী। প্ৰকাশ কৰা নিৰ্দেশনাৱলী অনুসৰি, অস্থায়ী নিৰ্মাণৰ বাবে লোকনিৰ্মাণ বিল্ডিং বিভাগৰ অনুমতি লাগিব পূজা কমিটীসমূহে। ল’ব লাগিব অগ্নিনিৰ্বাপক বাহিনী আৰু শক্তি বিভাগৰ অনুমতি।