Browsing Tag

DOBAKHEL

আজি আন্তৰ্জাতিক দবা দিৱস

প্ৰতি বছৰে ২০জুলাই তাৰিখে দবা খেলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। ১৯২৪ চনৰ ২০ জুলাই তাৰিখে ফ্ৰান্সৰ ৰাজধানী পেৰিছ চহৰত বিশ্ব দবা সন্থা গঠন কৰা হৈছিল। এইদিনৰ স্মৃতি হিচাপে প্ৰতি বছৰে বিশ্বৰ বিভিন্ন দেশত বিশ্ব দবা দিৱস