Browsing Tag

DIBRUGRAH

মনোজ ধানোৱাৰ ‘আপ’ৰ নৱ নিযুক্ত ৰাজ্যিক সভাপতি হিচাপে দায়িত্ব অৰ্পন

প্ৰথমটো সংবাদমেলত নিবনুৱা সমস্যা, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সৰৱ ধানোৱাৰ কৰ্মসংস্থাপন, জনগোষ্ঠীয় সমস্যাৰ সমাধানত গুৰুত্ব আপৰ অন্যান্য বিৰোধী দলৰ সৈতে ঐক্যবদ্ধ যুঁজৰ বাবে প্ৰস্তুত ধানোৱাৰ সংবাদমেলত আপৰ উত্তৰ পূৰ্বাঞ্চলৰ

টাই আহোম যুৱ পৰিষদ অসম,টাইপাৰ নাহৰকটীয়া আঞ্চলিক সমিতি গঠন

দেওবাৰে নাহৰকটীয়াৰ জাগুন গাঁৱত অৱস্থিত আই বি প্ৰেক্ষাগৃহত নাহৰকটীয়া আঞ্চলিক সমিতিৰ চাও প্ৰকাশ বৰুৱা সভাপতিত্বত এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক চাও নিৰ্মল গগৈ ৰংচোৱালে, উদ্দেশ্য ব্যাখ্যা ৰ ওপৰত

লাহোৱালত অবৈধ চুলাই মদৰ বিৰুদ্ধে আৰক্ষী আৰু – মহিলাৰ তীব্ৰতৰ অভিযান

লাহোৱালৰ ডিব্ৰুৱাল গাঁৱত অবৈধ চুলাই মদৰ বিৰুদ্ধে যুদ্ধংদেহি অভিযান লাহোৱাল আৰক্ষীৰ আৰু মহিলা সমাজৰ। লাহোৱালৰ মহিলা সমাজৰ অভিযোগৰ পিছতেই লাহোৱাল আৰক্ষীয়ে অভিযানৰ মাজেৰে ডিব্ৰুৱাল গাঁৱৰ কেইবাটাও অবৈধ চুলাই মদৰ ঘাটিৰ উচ্ছেদ কৰে।

ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰত ড০ দয়ানন্দ শ্বাহক উষ্ণ আদৰণি দল-সংগঠনৰ

সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰা চাহ জনগোষ্ঠীৰ সুযোগ্য সন্তান ড০ দয়ানন্দ শ্বাহক আজি বিভিন্ন দল-সংগঠনে উষ্ম আদৰণি জনায়৷ দিল্লীত সন্মানীয় ডক্টৰেট লাভ কৰি আজি ডিব্ৰুগড়লৈ উভতি অহাৰ পাছতে ডিব্ৰুগড় বিমান বিন্দৰত ড০ শ্বাহক বিভিন্ন দল-সংগঠনে উষ্ম

ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰত ড০ দয়ানন্দ শ্বাহক উষ্ণ আদৰণি দল-সংগঠনৰ

সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰা চাহ জনগোষ্ঠীৰ সুযোগ্য সন্তান ড০ দয়ানন্দ শ্বাহক আজি বিভিন্ন দল-সংগঠনে উষ্ম আদৰণি জনায়৷ দিল্লীত সন্মানীয় ডক্টৰেট লাভ কৰি আজি ডিব্ৰুগড়লৈ উভতি অহাৰ পাছতে ডিব্ৰুগড় বিমান বিন্দৰত ড০ শ্বাহক বিভিন্ন দল-সংগঠনে

অমৃতপাল সিঙে আজি সাংসদ হিচাপে দিল্লীত শপত গ্ৰহণ কৰিব

ডিব্ৰুগড়ৰ জিলা কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙে আজি সাংসদ হিচাপে দিল্লীত শপত গ্ৰহণ কৰিব। উল্লেখ কৰা প্ৰয়োজন যে, নিৰ্বাচনী প্ৰচাৰ নচলোৱাকৈয়ে পঞ্জাৱৰ খাদুৰ চাহিব সমষ্টিৰ পৰা বিজয় সাব্যস্ত কৰিছিল অমৃতপালে। প্ৰায় ১ লাখ

টেঙাখাতৰ লোহালীৰ গাঁৱৰ যুৱক জয়ন্ত গগৈ সন্ধানহীন

যোৱা ইং 23/06/2024 তাৰিখ দেওবাৰে দুলীয়াজানত কাম কৰিবলে গৈ আজি পৰ্যন্ত সন্ধানহীন হৈ আছে যুৱকজন।প্ৰায় ৩৬ বছৰীয়া যুৱকজন কামৰ সন্ধানত গৈ নিৰুদ্দেশ হোৱাৰ খবৰে জয়ন্তৰ পৰিয়ালবৰ্গক চিন্তিত কৰি তুলিছে।পৰিয়ালৰ লোকে দুলীয়াজানৰ লগতে বিভিন্ন ঠাইত

চাবুৱাৰ খাঁজিখোৱাত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা

নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল আই-১০ বাহন। কথমপি প্ৰাণ ৰক্ষা পৰিল যাত্ৰীৰ। ডিব্ৰুগড়-তিনিচুকীয়াৰ মধ্যস্থল খাঁজিখোৱাৰ বাইপাচত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত হোৱা বাহনখনৰ নম্বৰ এ আৰ- ১১-এ ৭৭৮৪। দুৰ্ঘটনাৰ ফলত বাহনখনৰ

 অসম ভিত্তিত “ডেজলিং আইকনিক এৱাৰ্ড ২০২৪ শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতা জিলিকিল অনুপমা নায়ক

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা লেপেটকটা চাহবাগিচাৰ কন্যা অনুপমা নায়কে সৌন্দৰ্য প্ৰতিযোগিতাত সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। এইখনিতে উল্লেখ কৰা প্ৰয়োজন যে গুৱাহাটীত অনুষ্ঠিত হৈছিল অসম ভিত্তিত "ডেজলিং আইকনিক এৱাৰ্ড ২০২৪ শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতা।

চাবুৱাৰ দধিয়া বছৰৰ প্ৰথমটো বানে সৃষ্টি কৰিছে জলপ্ৰলয়ৰ

সমগ্র অসমৰ লগতে চাবুৱাৰ দধিয়া তো এতিয়া বছৰৰ প্ৰথমটো বানে জলপ্ৰলয়ৰ সৃষ্টি কৰিবিপৰ্যস্ত কৰি তুলিছে জনজীৱন, নেৰানেপেৰা বৰষুণৰ ফলত সাগৰ সদৃশ পৰিবেশৰ সৃষ্টি হৈছে , ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ৰ লগতে বৃহত্তৰ দধিয়া অঞ্চল এতিয়া পানীৰ