Browsing Tag

DHUBURE

ধুবুৰীত জব্দকৃত নিচাযুক্ত দ্ৰব্যৰ দাহ কাৰ্য্যসূচী

আজি দূপৰীয়াৰ ভাগত অসম আৰক্ষীৰ ধুবুৰী জিলা আৰক্ষীৰ জব্দকৃত নিচাযুক্ত দ্ৰব্যৰ বিনষ্টকৰণ দাহ কাৰ্য্যসূচী পালন কৰে। উল্লেখ্য যে ধুবুৰী জিলাৰ গৌৰীপুৰ ৰঙামাটি গৃহৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ সন্মুখৰ পথাৰত উক্ত দাহ কাৰ্য্য সূচী পালন কৰে।