Browsing Tag

Delhi

দিল্লীত মূষলধাৰ বৰষুণত নলাত উটি গ’ল মাতৃ-কণমানি পুত্ৰ

বৰষুণৰ ফলত দেশৰ ৰাজধানী দিল্লীত দুজন লোক আহত হয়, যাৰ ফলত যান-বাহনৰ ভয়ংকৰ যান-জঁটৰ সৃষ্টি হয়। পথত বানপানী হোৱাৰ ফলত ৰাজপথত নদীসদৃশ পৰিস্থিতিৰ সৃষ্টি হয় আৰু পথত শতাধিক লোক আৱদ্ধ হৈ পৰে। দিল্লীৰ গাজীপুৰত পানীৰে ভৰা নলাত

দিল্লীৰ ৰাজপথত একাঁঠু পৰ্যন্ত পানী

শুকুৰবাৰে পুৱা দিল্লী-এনচিআৰত প্ৰবল বৰষুণৰ ফলত বাট-পথ প্লাৱিত হৈ পৰে। বহু ঠাইত একাঁঠু পৰ্যন্ত পানী ৰাজপথত। যাৰ ফলত পুৱাৰে পৰা দিল্লীৰ ৰাজপথত সৃষ্টি হয় ভয়ংকৰ যানজঁট। কাৰ্যালয়লৈ অহা-যোৱা কৰা লোকসকল বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

মূষলধাৰ বৰ্ষাই ধুৱাই নিলে দেশৰ ৰাজধানী দিল্লীক

বিগত কিছুদিন ধৰি প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে দহিছে দিল্লীবাসীক। এনে সময়তে শুকুৰবাৰে পুৱাই আহিল এজাক ধাৰাসাৰ বৰষুণ। অত দিনে যেন অপেক্ষা কৰি কৰি থকা বৰষুণজাকে প্ৰাণ দিলে দিল্লীৰ তৰু-তৃণকে ধৰি সৰ্বসাধাৰণক ! কাৰ্যতঃ স্বস্তিৰ নিশ্বাস এৰিছে

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী আজি কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ সম্ভাৱনা আছে

কিন্তু এতিয়া কেজৰিৱালৰ মুক্তিৰ ক্ষেত্ৰত লাগিছে কেণা। কাৰণ কেজৰিৱালৰ জামিনৰ বিৰোধিতা কৰি দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ইডি। উচ্চ ন্যায়ালয়ে শুনানি সম্পূৰ্ণ হোৱালৈ অৰবিন্দ কেজৰিৱালৰ জামিনত স্থগিতাদেশ জাৰি কৰিছে। বৰ্তমান তিহাৰ জে’লত

২১ দিন নিৰ্বাচনী বতাহ খাই অৱশেষত আত্মসমৰ্পণ কৰিলে অৰবিন্দ কেজৰিৱালে !

২১ দিনীয়া অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ উকলি যোৱাৰ পিছত দেওবাৰে (২ জুন) বিয়লি তিহাৰ জেলত আত্মসমৰ্পণ কৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে। ১০ মে’ত উচ্চতম ন্যায়ালয়ে তেওঁক লোকসভা নিৰ্বাচনৰ

১জুনত পুনৰ জেললৈ যাব নেকি অৰবিন্দ কেজৰিৱাল?

১জুনত পুনৰ জেললৈ উভতিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে কেজৰিৱালৰ জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে কৰা আবেদন খাৰিজ কৰিছে। জামিনৰ ম্যাদ আৰু ৭দিন বৃদ্ধিৰ বাবে কেজৰিৱালৰ তৰফৰ পৰা আবেদন কৰা হৈছিল যদিও উচ্চতম

কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা পদত্যাগৰ পাছতে স্পষ্টীকৰণ দিছে অৰবিন্দৰ সিং লাভলীয়ে

কোনো ৰাজনৈতিক দলত যোগদান নকৰে জনাই সদ্য পদত্যাগী নেতাগৰাকীয়ে। কেৱল কেজৰিৱালৰ আম আদমী পাৰ্টীৰ সৈতে মিত্ৰজোঁটৰ বিৰোধিতাৰে কংগ্ৰেছৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰা বুলি স্পষ্ট কৰে অৰবিন্দৰ সিং লাভলীয়ে। কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন

দিল্লীৰ মুখ্যমন্ত্ৰীৰ আৱেদন খাৰিজ হাইকৰ্টৰ

দিল্লীৰ মুখ্যমন্ত্ৰীৰ আৱেদন খাৰিজ হাইকৰ্টৰ কাৰাগাৰতে থাকিব অৰবিন্দ কেজৰিৱাল দিল্লীৰ আৱকাৰী নীতি কেলেংকাৰিত এনফচমেন্ট সঞ্চালকায়ে গ্ৰেপ্তাৰ কৰা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ইডিৰ গ্ৰেপ্তাৰক লৈ প্ৰত্যাহ্বান

দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগনকৰে অৰবিন্দ কেজৰিৱালে

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁৰ পদৰ পৰা পদত্যাগ নকৰিব, দেওবাৰে অনুষ্ঠিত এখন বৈঠকত দলটোৱে সিদ্ধান্ত লয়। আবকাৰী নীতিৰ গোচৰত দলৰ ৰাষ্ট্ৰীয় আহ্বায়ক কেজৰিৱালৰ গ্ৰেপ্তাৰৰ পিছত আপে ইয়াৰ ভৱিষ্যতৰ কাৰ্যপন্থা নিৰ্ণয় কৰিবলৈ

নৱম বাৰলৈ অৰবিন্দ কেজৰিৱাললৈ চমন EDৰ, ২১ মাৰ্চত হাজিৰ হোৱাৰ নিৰ্দেশ

আবকাৰী সংক্ৰান্তীয় গোচৰত কেজৰিৱালক মুঠ ৮ বাৰ তলব কৰিছে ইডিয়ে। কিন্তু প্ৰতিবাৰেই হাজিৰ হোৱাৰ পৰা বিৰত আছিল। দিল্লীৰ ৰাউছ এভিনিউ আদালতে আবকাৰী দুৰ্নীতিৰ গোচৰত শনিবাৰে অগ্ৰিম জামিন আবেদন মঞ্জুৰ কৰিছিল। তাৰ কেইটামান ঘণ্টাৰ ভিতৰতে দিল্লীৰ