Browsing Tag

CRICKET

শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিলে বিৰাট কোহলীয়ে

বিৰাট কোহলীয়ে শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰি আইচিচি পুৰুষএদিনীয়া বিশ্বকাপ ২০২৩ৰ এটা সংস্কৰণত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম । মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত ছেমি ফাইনেল খেলখনত ৮০ ৰাণৰ সীমাত কোহলীয়ে ৬৭৪