Browsing Tag

ASSAM

এ আই ইউ ডি এফৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস পালন

আজি সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ এ আই ইউ ডি এফৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দলৰ গুৱাহাটীৰ মূখ্য কাৰ্যালয়তো প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।পূৱা দলৰ কাৰ্যকৰী সভাপতি আবু চালেহ নাজমুদ্দিনে দলৰ

আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন

ছাত্ৰ একতা সভাৰ ১৮ পদৰ ৪ টা পদত বিনা প্ৰতিদ্বদন্দিতাৰে চাৰি গৰাকী প্ৰাৰ্থী বিজয়ী হোৱাত আজি ১৪ টা পদৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন।১৪ টা পদৰ বিপৰীতে মুঠ ২৯ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বদন্দিতা।সভাপতিৰ পদত তিনি গৰাকী প্ৰাৰ্থী ৰ

বিশ্বনাথ জিলাৰ মোনাবাৰী গাওঁ পঞ্চায়তত গাওঁ সভা

প্ৰতিখন ৱাৰ্ডৰ পৰা শতাধিক লোক ওলাই আহিল নিজৰ নিজৰ অভাৱ অভিযোগ লৈ আজি মোনাবাৰী গাওঁ পঞ্চায়তত প্ৰতিবছৰৰ দৰে এইবছৰৰো গাওঁ সভা অনুস্থিত কৰা হয় l অগনন ৰাইজ ওলাই আহিল গাওঁ সভালৈ l প্ৰতিখন ৱাৰ্ডৰ ৰাইজে নিজৰ নিজৰ অভাৱ অভিযোগ বোৰ গাওঁ সভাত জনায়

বিহালীৰ বিহমাৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ

বিহালীৰ বিহমাৰী, বৰাজুলী, বেদেতী, শিয়ালমাৰী আদি অঞ্চলত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই বিস্তৰ ক্ষতিসাধন কৰে । শতাধিক বনৰীয়া হাতীৰ জাকে নিদ্ৰা হৰণ কৰিছে এই অঞ্চলৰ খেতিয়ক ৰাইজৰ। কাজিৰঙাৰ ষষ্ঠ সংযোজনাৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা প্ৰায়

অসমৰ ৮বিধ থলুৱা পৰম্পৰাগত সামগ্ৰীয়ে লাভ কৰিলে GI Tag

বড়ো জনগোষ্ঠীসকলৰ পৰম্পৰাগত পানীয় বড়ো জৌ গৈৰান, মাইব্ৰা জৌ বিদৈ, বড়ো জৌ গিচিলৈও আগবঢ়োৱা হৈছে GI TAG। এই সামগ্ৰীসমূহ বড়ো জনগোষ্ঠীৰ পৰম্পৰাৰ সৈতে সংপৃক্ত।অসমৰ ৮বিধ থলুৱা সামগ্ৰীয়ে লাভ কৰিলে GI Tag। চেন্নাইস্থিত জিঅ’গ্ৰাফিকেল ইণ্ডিকেচন

আজি শুভ মহালয়া

স্বৰ্গলোকৰ পৰা মৰতলৈ নামি আহিছে দুৰ্গতি নাশিনী দেৱী দুৰ্গা ৷ মহালয়া বুলিলে ৰাজ্যত দেখা যায় এক উৎসৱ মুখৰ পৰিৱেশ ৷ চৌপাশে এতিয়া দেখা পোৱা গৈছে দুৰ্গতি নাশিনীৰ আৰাধনাৰ বাবে সীমাহীন ব্যস্ততা। দেবী মাক আদৰিবৰ বাবে ভক্তগন ওলাই আহিছে পথলৈ।

বিশ্বনাথ চাৰিআলি বৰগোলাৰ সন্মুখত পিষ্টলসহ তিনি যুৱক আটক

যুৱক কেইজনৰ বাহনত আৰক্ষীয়ে উদ্ধাৰ কৰিছে বহু পৰিমাণৰ নকল টকাৰ উকা কাগজ । এখন বাহনত বিশ্বনাথ ঘাটৰ দিশৰ পৰা আহিছিল এই তিনি যুৱক । এজনৰ ঘৰ মেঘালয় আৰু দুজন যুৱক তেজপুৰৰ বুলি জানিব পৰা গৈছে । যুৱক কেইজনৰ নাম লক্ষ্য জ্যোতি শৰ্মা,হীৰক

সৰ্থেবাৰী ৩০ খন বিছনাযুক্ত চিকিৎসালয়ত স্বাস্থ্য সেৱাৰ নামত ফোপোলা স্বৰূপ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ শোচনীয় অৱস্থাৰ বিৰুদ্ধে সংবাদমেলত সৰৱ হ'ল আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেত্ৰী পুনম গগৈ। আজি গণেশগুৰিস্থিত আপৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত সৰ্থেবাৰীৰ ৩০ খন বিছনাযুক্ত

মংগলবাৰে পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্রীয় উদ্যান

কাইলৈ পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্রীয় উদ্যান প্রতিগৰাকী পৰ্যটকে উপভোগ কৰিব পাৰিব কাজিৰঙাৰ প্রাকৃতিক সৌন্দৰ্য ২০২৪-২৫ পৰ্যটন বৰ্ষ আৰম্ভ কৰাৰ বাবে সাজু উদ্যান কৰ্তৃপক্ষ যুদ্ধকালীন প্ৰস্তুতি চলিছে এতিয়া ৰাষ্ট্ৰীয় উদ্যানখনত

আজিৰ পৰা ৰাজ্যত আৰম্ভ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি

এই আঁচনিৰ অধীনত ৰাজ্যৰ উদ্যোগী সকলক প্ৰদান কৰা হ'ব ২ৰ পৰা ৫লাখকৈ টকা। সোমবাৰে মহানগৰীৰ খানাপাৰা খেলপথাৰত এক অনুষ্ঠানৰ জৰিয়তে নিৰ্বাচিত ২৫,০৬৪ জন হিতাধিকৰীক প্ৰদান কৰিব প্ৰথম কিস্তিৰ ৭৫ হাজাৰ টকা। নিৰ্বাচিত সকলো যুৱক-যুৱতীক ৩ দিনীয়া