Browsing Tag

ASSAM

আজি ৰাজ্যজুৰি পালন সপ্তমী

ৰাজ্যজুৰি দুৰ্গাপূজাৰ ব্যাপক উছাহ প্ৰতিটো পূজা মণ্ডপত পুৱাৰে পৰা ভক্তৰ সমাগম মা দুৰ্গাৰ আশীষ লবলৈ ভিৰ কৰিছে ভক্তই ঢাক-ঢোল, শংখ-ঘন্টা আৰু পুৰোহিতৰ বেদ- মন্ত্ৰৰ ধ্বনিৰে ষষ্ঠীৰ বেদীত বুধবাৰে প্ৰতিষ্ঠা হ'ল দেৱী দশভূজাৰ প্ৰতিমা।

দেশৰ প্রখ্যাত উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান

দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল ৰতন টাটা ৮৬ বছৰ বয়সত চিকিৎ‍সাধীন অৱস্থাত মৃত্যু উদ্যোগপতিগৰাকীৰ সমগ্ৰ ভাৰতবাসীৰ বাবে এক বৃহৎ ক্ষতিবিয়লি ৪ বজাত অনুষ্ঠিত হ'ব ৰতন টাটাৰ অন্ত্যেষ্টিক্রিয়া কেন্দ্ৰীয় চৰকাৰৰ হৈ শেষকৃত্যত ভাগ ল'ব

আজি ৰাজ্যজুৰি পালন মহাষষ্ঠী

আজি ৰাজ্যজুৰি পালন মহাষষ্ঠী , আজি বেলবৰণেৰে বেদীত প্ৰতিষ্ঠা কৰা হ'ব দেৱীৰ প্ৰতিমা বিয়লি ৩.৩০ বজাৰ পৰা ৬ বজালৈ হ'ব ষষ্ঠী পূজা ইতিমধ্য পূজা মণ্ডপসমূহ আটকধুনীয়াকৈ সজাই পৰাই টোলা হৈছে দেশ তথা ৰাজ্যজুৰি ব্যস্ত হৈ পৰিছে ভক্তসকল পুজাক লৈ

বিশ্বনাথৰ উত্তৰ চাৰিআলিত সাৰ্বজনীন ৩য় বাৰ্ষিক মুকলি ঝুমইৰ প্ৰতিযোগিতা ও সাংস্কৃতিক সন্ধ্যা

বিশ্বনাথৰ খৰাশিমলু উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উত্তৰ চাৰিআলিৰ সাৰ্বজনীন ৩য় বাৰ্ষিক মুকলি ঝুমুই প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হয় সকলো জাতি জনগোষ্ঠী মিলিত হৈ এই কৰম পূজাৰ ঝুমুৰ প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়া

ডিব্ৰুগড়ত ৰিক্সাচালক, ঠেলাচালকসকলক লগ কৰি অন্তৰংগ বাৰ্তালাপ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত ৰিক্সাচালক, ঠেলাচালকসকলক লগ কৰি তেওঁলোকৰ খা-খবৰ লয় আৰু অন্তৰংগ বাৰ্তালাপত মিলিত হয়। লগতে তেওঁলোকৰ সৈতে একেলগে পুৰি-চবজি খোৱাত মিলিত হয়। সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, "আমাৰ

বুধবাৰে ষষ্ঠীৰ বেদিত প্ৰতিষ্ঠিত হ’ব দেৱী দুৰ্গা

ৰাজ্যজুৰি দেৱী দূৰ্গাক আৰাধনাৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে পূজা পেণ্ডেল সমূহ লাখ লাখ টকা ব্যয় কৰি সাজি উলিওৱা হৈছে পূজাৰ পেণ্ডেল সমূহ বিভিন্ন বিষয় অথবা বিভিন্ন ঐতিহাসিক কৃতিচিহ্নক মূল হিচাপে লৈ সাজি উলিওৱা হৈছে পূজা মণ্ডপ সমূহ

পঞ্চায়ত নিৰ্বাচনৰ বাবে ‘আপ’ৰ শ্লোগান মুকলি

আৰম্ভ হ'ল প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদন পত্ৰ পূৰণৰ প্ৰক্ৰিয়া অসমত দৰমহা নাপাই আত্মহত্যা কৰিছে চৰকাৰী কৰ্মচাৰীয়ে- আপ গুৱাহাটী, ৭ অক্টোবৰ - ৰাজ্যৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে আম আদমী পাৰ্টিয়ে। আজি গুৱাহাটীৰ

সোমবাৰে অসমৰ ১৬খন জিলাত নিৰ্মাণ কৰা ২১টা কৃষি জ্ঞান কেন্দ্ৰ মুকলি

ভূমিৰ উৰ্বৰতা গুণ নিৰ্ধাৰণ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ কেইবালাখো কৃষকলৈ ভূমি স্বাস্থ্য আৰু উৰ্বৰতা আঁচনিৰ অধীনত আজি গুৱাহাটীত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভূমি স্বাস্থ্য-পত্ৰ বিতৰণৰ অনুষ্ঠানত উপস্থিত থাকে৷ বৰ্তমান সময়ত কৃষিকৰ্ম

ৰাজ্যত পুনৰ অনুষ্ঠিত হৈছে নিযুক্তি সমাৰোহ

এই সমাৰোহত সোমবাৰে ৩৮৫ গৰাকী প্ৰাৰ্থীক বিভিন্ন বিভাগৰ বিভিন্ন পদত নিযুক্তি প্ৰদান কৰে। এই অনুসৰি আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় নিযুক্তি সমাৰোহৰ অনুষ্ঠান। এই অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০

ডিব্ৰুগড়ৰ মাইজান মথলাত গৰাখহনীয়াত জাহ যায় কেইবাটাও বাসগৃহ

দল-সংগঠনৰ সহযোগত প্ৰতিবাদ ডিব্ৰুগড়ৰ মাইজান মথলা অঞ্চলত বৃহৎ গৰাখহনীয়া। মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াত বৰ্তমান ১০টা বাসগৃহ বিলিন হৈছে। বৰ্তমানেও ডিব্ৰুগড়ৰ জলসম্পদ বিভাগৰ কোনো গুৰুত্ব নাই। স্থানীয় বিধায়ক প্ৰশান্ত ফুকনক এই বিষয়