Browsing Tag

Arunachal pradesh

অৰুণাচলৰ পৰা অপহৃত অসমৰ কমেও তিনিজনকৈ শ্ৰমিক

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত সন্দেহযুক্ত উগ্ৰপন্থীয়ে অসমৰ কমেও তিনিজন শ্ৰমিকক অপহৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে বুলি আৰক্ষীয়ে দেওবাৰে জানিবলৈ দিয়ে। দুয়োখন ৰাজ্যৰ আৰক্ষী আৰু অসম ৰাইফলছৰ এটা দলে খনিকৰ্মীসকলক বিচাৰি উলিওৱাৰ বাবে উদ্ধাৰ