Browsing Tag

apsc

এচামক বক্ৰপথেৰে এ পি এছ চিৰ পৰীক্ষাত উৰ্ত্তীণ কৰোৱা ৰাকেশ পাল বাহিনীক দোষী সাব্যস্ত কৰিলে আদালতে।

মঙলবাৰে আদালতে এ পি এছ চিৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলংকাৰীতৰ সৈতে জড়িত ৪৩গৰাকী অভিযুক্তৰ ভিতৰত ৩২গৰাকী দোষী সাব্যস্ত কৰে। আনহাতে উপযুক্ত প্ৰমাণৰ অভাৱত ১১গৰাকী দোষমুক্ত ঘোষণা কৰে বিশেষ ন্যায়াধীশ আদালতে। বিশেষ ন্যায়াধীশৰ আদালতে