Browsing Tag

appassam

আদানি গোষ্ঠীক ৯ হাজাৰ বিঘা ভূমি আবন্টনৰ বিৰুদ্ধে আপৰ সংবাদমেল

"জাতি-মাটি-ভেটি বিক্ৰীত লিপ্ত হৈছে বিজেপি চৰকাৰ-পুনম গগৈ গুৱাহাটী, ২ অক্টোবৰ - ডিমা হাছাও জিলাৰ উমৰাংছুত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি এটাৰ পাছত আনটো চিমেন্ট কাৰখানা স্থাপনৰ বিৰুদ্ধে সৰৱ হ'ল আম আদমী পাৰ্টিৰ মুখপাত্ৰ পুনম গগৈ। আজি

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে আৰম্ভ কৰিব প্ৰস্তুতি আম আদমি পাৰ্টী অসমৰ

আম আদমি পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা দিল্লী চৰকাৰৰ কেবিনেট মন্ত্ৰী গোপাল ৰায় ডাঙৰীয়াই চাৰিদিনীয়া কাৰ্যসূচী লৈ অহা ২০ জুনত গুৱাহাটীত উপস্থিত হ'বহি। এক সংবাদমেল সম্বোধন কৰি আম আদমি পাৰ্টীৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰীয়ে এই কথা জানিবলৈ দিয়ে।