Browsing Tag

accident

নগাওঁ নলতলী ৰাজ্যিক ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা

এখন বাইক আৰু বলেৰ' পিকাপ বাহনৰ মাজত সংঘৰ্ষ, গুৰুতৰ ভাৱে আহত বাইকত অহা এহাল দম্পতি, স্থানীয় ৰাইজৰ তৎপৰতাত উন্নত চিকিৎসাৰ বাবে দুয়োকে নগাঁওলৈ প্ৰেৰণ। ৰাজ্যিক ঘাইপথটোৰ লাওঁখোৱা তিনিআলিৰ সমীপত সংঘটিত হৈছে এই পথ দূৰ্ঘটনা। আহত

কামপুৰত সংঘটিত পথ দুৰ্ঘটনাত শিক্ষক গুণকান্ত বৰা মৃত্যু

বকুলগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ সহঃ শিক্ষক আছিল গুনকান্ত বৰা । বুধবাৰে বিয়লি চিমলাই বজাৰত বজাৰ কৰি ঘূৰি অহাৰ অৱস্থাত দুৰ্ঘটনাত পতিত হয়। কামপুৰ থানাৰ অন্তৰ্গত বকুলগুৰী তিনিআলিত সংঘটিত হয় এই দুৰ্ঘটনা। শিক্ষকজনৰ বাইক আৰু এখন টাটা

মাকুমত অবৈধ কয়লা ভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত

নিয়ন্ত্ৰণ হেৰুৱাই মাকুমত অবৈধ কয়লা ভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত আজি পুৱতি নিশা ডিগবৈ দিশৰ পৰা মাকুম অভিমুখে আহি থকা UP75BT5253 নম্বৰৰ এখন কয়লা ভৰ্তি এল পি বাহন ৰাস্তাৰ মাজত থকা গাতত পৰি নিয়ন্ত্ৰণ হেৰুৱাই মাকুম ডিগবৈ ৰোড ৩৮ নং ৰাষ্ট্ৰীয়

মৰিগাঁও জাগীৰোড চিলিন্দাৰ ভৰ্তি ট্ৰাক দূৰ্ঘটনাগ্ৰস্ত

মৰিগাঁও জাগীৰোড সংযোগী পথৰ বাচনাঘাটৰ ফৰেষ্ট গেট দূৰ্ঘটনাগ্ৰস্ত এখন চিলিন্দাৰ ভৰ্তি ট্ৰাক। ট্ৰাকখনৰ নম্বৰ AS25BC6636 ট্ৰাক খনে নুমলিগৰ পৰা গুৱাহাটী অভিমুখে আনিছিল চিলিন্দাৰ খিনি। ট্ৰাক খনৰ কিছু কাৰিকৰী বিজুতি হোৱাৰ ফলত বাচনাঘাটৰ

কলিয়াবৰ বাগৰিত সংঘটিত পথ দুৰ্ঘটনা মৃত্যু বুবুল গগৈ

কলিয়াবৰৰ বাগৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনা ৰ ফলত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় বন কৰ্মী বুবুল গগৈ। অবশ্যই চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় লোক জনৰ। এখন তীব্ৰ বেগী বাইকে বিপৰীত দিশৰ পৰা অহা বুবুল গগৈৰ স্কুটিত প্ৰচণ্ড জোৰে

চাবুৱাৰ খাঁজিখোৱাত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা

নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল আই-১০ বাহন। কথমপি প্ৰাণ ৰক্ষা পৰিল যাত্ৰীৰ। ডিব্ৰুগড়-তিনিচুকীয়াৰ মধ্যস্থল খাঁজিখোৱাৰ বাইপাচত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত হোৱা বাহনখনৰ নম্বৰ এ আৰ- ১১-এ ৭৭৮৪। দুৰ্ঘটনাৰ ফলত বাহনখনৰ

একেবাৰে থেঁতেলা খাই পৰিল বাহন, কৰুণ মৃত্যুক সাৱটিলে ৮ গৰাকী লোকে

ইন্দোৰৰ ঘাটাবিলাউডৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। নিশাৰ ভাগত আৰক্ষীয়ে এই দুৰ্ঘটনাৰ বিষয়ে তথ্য লাভ কৰিছিল। ঘটনাস্থলীত উপস্থিত থকা লোকসকলে জনোৱা মতে, দুৰ্ঘটনাৰ সময়ত এম পি ৪৩ বি ডি ১০০৫ নম্বৰৰ বাহনখনত ৯ জন লোক আছিল। দুৰ্ঘটনাটোত বাহনখন

ইণ্ডোৰত ভয়ংকৰ পথ দুৰ্ঘটনাত ৮জন নিহত

মধ্যপ্ৰদেশৰ ইণ্ডোৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ইণ্ডোৰৰ বেটমাৰ সমীপৰ ইন্দোৰ-আহমেদাবাদ ঘাইপথত বুধবাৰে মাজনিশা এখন এছ ইউ ভি বাহনখনে ৰৈ থকা ডাম্পাৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। বাহনখনৰ ৯জন যাত্ৰীৰ ৮ জন লোকই দুৰ্ঘটনাটোত

শান্তিজান বজাৰৰ সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন

নগাঁও জিলাৰ বটদ্ৰৱাৰ শান্তিজান বজাৰৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক। শান্তিজান বজাৰৰ পৰা নগাঁও অভিমুখে গৈ থকা AS 02 D C 3941 নম্বৰৰ এখন যাত্ৰীবাহী টেম্পক এখন অচিনাকি টাটা মবাইল গাড়ীয়ে কাষেৰে

নগাঁও ৰাইডঙীয়া গংগা ধাবাৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা

ভয়ংকৰ পথ দুৰ্ঘটনা নগাঁও বটদ্ৰৱা সংযোগী গড়কাপ্তানী পথৰ ৰাইডঙীয়া গংগা ধাবাৰ সন্মুখত এ এছ ০১ জি চি ২৬২৩নম্বৰৰ এখন ট্ৰেভেলাৰৰ খুন্দাত দুৰ্ঘটনাত থিতাতে নিহত এএছ০২এএল০৮৯২ নম্বৰৰ মটৰ চাইকেল আৰোহী জন দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে এ এছ ০১