Browsing Category
ৰাষ্ট্ৰীয়
আজি শুভ মহালয়া
স্বৰ্গলোকৰ পৰা মৰতলৈ নামি আহিছে দুৰ্গতি নাশিনী দেৱী দুৰ্গা ৷ মহালয়া বুলিলে ৰাজ্যত দেখা যায় এক উৎসৱ মুখৰ পৰিৱেশ ৷!-->…
বিশ্বনাথ চাৰিআলি বৰগোলাৰ সন্মুখত পিষ্টলসহ তিনি যুৱক আটক
যুৱক কেইজনৰ বাহনত আৰক্ষীয়ে উদ্ধাৰ কৰিছে বহু পৰিমাণৰ নকল টকাৰ উকা কাগজ । এখন বাহনত বিশ্বনাথ ঘাটৰ দিশৰ পৰা আহিছিল!-->…
সৰ্থেবাৰী ৩০ খন বিছনাযুক্ত চিকিৎসালয়ত স্বাস্থ্য সেৱাৰ নামত ফোপোলা স্বৰূপ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ শোচনীয় অৱস্থাৰ বিৰুদ্ধে সংবাদমেলত সৰৱ হ'ল!-->!-->!-->…
মংগলবাৰে পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্রীয় উদ্যান
কাইলৈ পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্রীয় উদ্যান
প্রতিগৰাকী পৰ্যটকে উপভোগ কৰিব পাৰিব কাজিৰঙাৰ প্রাকৃতিক!-->!-->!-->…
আজিৰ পৰা ৰাজ্যত আৰম্ভ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি
এই আঁচনিৰ অধীনত ৰাজ্যৰ উদ্যোগী সকলক প্ৰদান কৰা হ'ব ২ৰ পৰা ৫লাখকৈ টকা। সোমবাৰে মহানগৰীৰ খানাপাৰা খেলপথাৰত এক!-->…
সত্ৰনগৰী বৰপেটাত সম্পূৰ্ণ সত্ৰৰ বুঢ়াসত্ৰীয়া নিৰ্বাচনী প্ৰক্ৰিয়া
বৰপেটাৰ প্ৰথমজনা সত্ৰাধিকাৰ মথুৰাদাস বুঢ়াআতাই আৰম্ভ কৰা পৰম্পৰা অনুসৰি, বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া আৰু ডেকা!-->!-->!-->…
নলবাৰীত সাহিত্য সভাৰ চিন্তন বৈঠক সম্পন্ন
অসমত ৰাজ্য ভাষা সঠিক আৰু কঠোৰভাৱে প্ৰয়োগ কৰাৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাবলৈ এক পৰিকল্পনা যুগুতোৱাৰ বিষয়ে!-->!-->!-->…
বিশাল- চুমিৰ ট্ৰেডিঙৰ গোচৰত জেৰা কৰিব অবয়ৱ ভূঞাক
চি আই ডিয়ে জেৰা কৰিব অবয়ৱ ভূঞাক।
বিশাল- চুমিৰ ট্ৰেডিঙৰ গোচৰত সোধা-পোছা কৰিব যুৱ পডকাষ্টাৰজনক।
চমন দি!-->!-->!-->!-->!-->…
দুৰ্গা পূজা কমিটীসমূহৰ বাবে কামৰূপ মহানগৰ প্ৰশাসনে জাৰি কৰিলে SOP
প্ৰতিখন পূজা কমিটীয়ে পালন কৰিব লাগিব সুৰক্ষা-নিৰাপত্তাৰ নিৰ্দেশনাৱলী। প্ৰকাশ কৰা নিৰ্দেশনাৱলী অনুসৰি, অস্থায়ী!-->…
জীৱিত পুত্ৰিকা পালন কৰাৰ সময়তে মৰ্মান্তিক ঘটনা বিহাৰত
নৈৰ পানীত উটি গ'ল ৪৬ জনকৈ মাতৃ, সন্তান। নিহতসকলৰ মাজত আছে চাৰিগৰাকী মহিলা। উল্লেখ্য যে, বিগত বছৰতো এই ধৰ্মীয় ৰীতি!-->…