ৰাজ্যৰ ২১ খন জিলাত আজিৰ পৰা কাৰ্যক্ষম হ’ব ৩৯খনকৈ উপ-জিলা ৷

এই উপ-জিলাসমূহক 'সম-জিলা' হিচাপে নামাংকন কৰা লগতে ৰাজ্য চৰকাৰে এই সম-জিলাসমূহৰ সদৰ ঠাইৰ নামো ঘোষণা কৰিছে ৷ এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, অসমত প্ৰশাসনীয় সংস্কাৰৰ বাবে কেতবোৰ নতুন উপ-জিলা গঠন কৰাৰ সিদ্ধান্ত লৈছিল কেবিনেটে। আগষ্ট মাহত

বিশ্বনাথত জনজাতিকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ

পুনৰ ছয় জনজাতি কৰণৰ দাবী বিশ্বনাথত প্ৰতিবাদ । বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰৰ পৰা প্ৰতিবাদী সমদল কৰি আহি বিশ্বনাথৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷ অসমৰ ছয় জনগোষ্ঠী ক্রমে মৰাণ, মটক, চুতীয়া,

এ আই ইউ ডি এফৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস পালন

আজি সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ এ আই ইউ ডি এফৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দলৰ গুৱাহাটীৰ মূখ্য কাৰ্যালয়তো প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।পূৱা দলৰ কাৰ্যকৰী সভাপতি আবু চালেহ নাজমুদ্দিনে দলৰ

আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন

ছাত্ৰ একতা সভাৰ ১৮ পদৰ ৪ টা পদত বিনা প্ৰতিদ্বদন্দিতাৰে চাৰি গৰাকী প্ৰাৰ্থী বিজয়ী হোৱাত আজি ১৪ টা পদৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন।১৪ টা পদৰ বিপৰীতে মুঠ ২৯ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বদন্দিতা।সভাপতিৰ পদত তিনি গৰাকী প্ৰাৰ্থী ৰ

আদানি গোষ্ঠীক ৯ হাজাৰ বিঘা ভূমি আবন্টনৰ বিৰুদ্ধে আপৰ সংবাদমেল

"জাতি-মাটি-ভেটি বিক্ৰীত লিপ্ত হৈছে বিজেপি চৰকাৰ-পুনম গগৈ গুৱাহাটী, ২ অক্টোবৰ - ডিমা হাছাও জিলাৰ উমৰাংছুত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি এটাৰ পাছত আনটো চিমেন্ট কাৰখানা স্থাপনৰ বিৰুদ্ধে সৰৱ হ'ল আম আদমী পাৰ্টিৰ মুখপাত্ৰ পুনম গগৈ। আজি

বিশ্বনাথ জিলাৰ মোনাবাৰী গাওঁ পঞ্চায়তত গাওঁ সভা

প্ৰতিখন ৱাৰ্ডৰ পৰা শতাধিক লোক ওলাই আহিল নিজৰ নিজৰ অভাৱ অভিযোগ লৈ আজি মোনাবাৰী গাওঁ পঞ্চায়তত প্ৰতিবছৰৰ দৰে এইবছৰৰো গাওঁ সভা অনুস্থিত কৰা হয় l অগনন ৰাইজ ওলাই আহিল গাওঁ সভালৈ l প্ৰতিখন ৱাৰ্ডৰ ৰাইজে নিজৰ নিজৰ অভাৱ অভিযোগ বোৰ গাওঁ সভাত জনায়

বিহালীৰ বিহমাৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ

বিহালীৰ বিহমাৰী, বৰাজুলী, বেদেতী, শিয়ালমাৰী আদি অঞ্চলত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই বিস্তৰ ক্ষতিসাধন কৰে । শতাধিক বনৰীয়া হাতীৰ জাকে নিদ্ৰা হৰণ কৰিছে এই অঞ্চলৰ খেতিয়ক ৰাইজৰ। কাজিৰঙাৰ ষষ্ঠ সংযোজনাৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা প্ৰায়

অসমৰ ৮বিধ থলুৱা পৰম্পৰাগত সামগ্ৰীয়ে লাভ কৰিলে GI Tag

বড়ো জনগোষ্ঠীসকলৰ পৰম্পৰাগত পানীয় বড়ো জৌ গৈৰান, মাইব্ৰা জৌ বিদৈ, বড়ো জৌ গিচিলৈও আগবঢ়োৱা হৈছে GI TAG। এই সামগ্ৰীসমূহ বড়ো জনগোষ্ঠীৰ পৰম্পৰাৰ সৈতে সংপৃক্ত।অসমৰ ৮বিধ থলুৱা সামগ্ৰীয়ে লাভ কৰিলে GI Tag। চেন্নাইস্থিত জিঅ’গ্ৰাফিকেল ইণ্ডিকেচন

আজি শুভ মহালয়া

স্বৰ্গলোকৰ পৰা মৰতলৈ নামি আহিছে দুৰ্গতি নাশিনী দেৱী দুৰ্গা ৷ মহালয়া বুলিলে ৰাজ্যত দেখা যায় এক উৎসৱ মুখৰ পৰিৱেশ ৷ চৌপাশে এতিয়া দেখা পোৱা গৈছে দুৰ্গতি নাশিনীৰ আৰাধনাৰ বাবে সীমাহীন ব্যস্ততা। দেবী মাক আদৰিবৰ বাবে ভক্তগন ওলাই আহিছে পথলৈ।

বিশ্বনাথ চাৰিআলি বৰগোলাৰ সন্মুখত পিষ্টলসহ তিনি যুৱক আটক

যুৱক কেইজনৰ বাহনত আৰক্ষীয়ে উদ্ধাৰ কৰিছে বহু পৰিমাণৰ নকল টকাৰ উকা কাগজ । এখন বাহনত বিশ্বনাথ ঘাটৰ দিশৰ পৰা আহিছিল এই তিনি যুৱক । এজনৰ ঘৰ মেঘালয় আৰু দুজন যুৱক তেজপুৰৰ বুলি জানিব পৰা গৈছে । যুৱক কেইজনৰ নাম লক্ষ্য জ্যোতি শৰ্মা,হীৰক