অসমৰ ৮বিধ থলুৱা পৰম্পৰাগত সামগ্ৰীয়ে লাভ কৰিলে GI Tag

0 33,351

বড়ো জনগোষ্ঠীসকলৰ পৰম্পৰাগত পানীয় বড়ো জৌ গৈৰান, মাইব্ৰা জৌ বিদৈ, বড়ো জৌ গিচিলৈও আগবঢ়োৱা হৈছে GI TAG। এই সামগ্ৰীসমূহ বড়ো জনগোষ্ঠীৰ পৰম্পৰাৰ সৈতে সংপৃক্ত।অসমৰ ৮বিধ থলুৱা সামগ্ৰীয়ে লাভ কৰিলে GI Tag। চেন্নাইস্থিত জিঅ’গ্ৰাফিকেল ইণ্ডিকেচন ৰেজিষ্ট্ৰীয়ে এই পৰম্পৰাগত সামগ্ৰী কেইবিধনলৈ আগবঢ়ালে GI Tag। ইয়াৰ ভিতৰত আছে পৰম্পৰাগত বস্ত্ৰ, খাদ্যৰ লগতে পৰম্পৰাগত পানীয়।

বড়োসকলৰ পৰম্পৰাগত আৰ’নায়ে লাভ কৰিলে GI Tag। আৰ’নাই হৈছে বড়োসকলৰ একপ্ৰকাৰৰ বিশেষ কাপোৰ। তদুপৰি বড়ো জনগোষ্ঠীসকলৰ পৰম্পৰাগত পানীয় বড়ো জৌ গৈৰান, মাইব্ৰা জৌ বিদৈ, বড়ো জৌ গিচিলৈও আগবঢ়োৱা হৈছে GI TAG। এই সামগ্ৰীসমূহ বড়ো জনগোষ্ঠীৰ পৰম্পৰাৰ সৈতে সংপৃক্ত।

Leave A Reply

Your email address will not be published.