আজি শুভ মহালয়া

0 5,696

স্বৰ্গলোকৰ পৰা মৰতলৈ নামি আহিছে দুৰ্গতি নাশিনী দেৱী দুৰ্গা ৷ মহালয়া বুলিলে ৰাজ্যত দেখা যায় এক উৎসৱ মুখৰ পৰিৱেশ ৷ চৌপাশে এতিয়া দেখা পোৱা গৈছে দুৰ্গতি নাশিনীৰ আৰাধনাৰ বাবে সীমাহীন ব্যস্ততা। দেবী মাক আদৰিবৰ বাবে ভক্তগন ওলাই আহিছে পথলৈ।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কলিয়াবৰতো দেখা গৈছে ৰাজপথত দেবীমাৰ ভক্তৰ ভিৰ । এইবাৰ দেৱী দুৰ্গাৰ আগমন ঘটিছে দোলাত । আমবাগান অঞ্চলৰ বিভিন্ন পূজা কমিটিৰ লগতে মধ্য দক্ষিণ ভোমোৰাগুৰি সাৰ্বজনীন দুৰ্গা উৎসৱ উদযাপন সমিতিয়ে ও পুৱা চণ্ডী পাঠৰ পিছতে মহালয়া উপলক্ষে উলিয়াই এক শোভাযাত্ৰা।

Leave A Reply

Your email address will not be published.