শিৱসাগৰত এতিয়াৰে পৰা অনা অসমীয়া লোকে ক্ৰয় কৰিব নোৱাৰিব মাটি |

0 5,697

⭕অনা অসমীয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ অসমীয়া আজি শিৱসাগৰত |

⭕শ শ অসমীয়া লোক আৰু ৩০ টা জাতীয় সংগঠনৰ কৰ্মীয়ে শিৱসাগৰ নগৰৰ অলি গলিৰ লগতে ৰাজপথত অনা অসমীয়াৰ বিৰুদ্ধে তুলিছে প্ৰতিবাদী ঢৌ |

⭕শৃংখল চহিলা, চিতু বৰুৱাকে ধৰি একাধিক নেতাৰ প্ৰতিবাদী গৰ্জন |

⭕প্ৰতিবাদীৰ আগত সেৱ মানি শিৱসাগৰৰ সকলো দোকান পোহাৰ বন্ধ ৰখা হৈছে |

⭕প্ৰতিবাদকাৰীৰ সন্মুখত ষ্টব্ধ অসম আৰক্ষী |

⭕শিৱসাগৰত আজিৰে পৰা বন্ধ হ’ব অনা অসমীয়া সংগঠন |

⭕RSS আৰু বাহিৰাগত লোকৰ বুকু কপাই আকাশ বতাহত মিলি গৈছে কেৱল প্ৰতিধ্বনি “জয় আই অসম”

Leave A Reply

Your email address will not be published.