ব্যাপক গঢ়াখহনীয়াৰ কবলত কলিয়াভোমোৰা দলঙৰ তলৰ বনভোজ স্থলি

0 7,903

ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ পাছতে প্ৰতিদিনে নদীৰ বুকুত জাহ গৈছে কলিয়াভোমোৰা দলঙৰ তলৰ বনভোজ স্তলি ।তাক লৈ চিন্তিত হৈ পৰিছে ৰাইজ। দিনে নিশাই হুৰা হুৰে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈ আছে বনভোজ স্থলি । স্থানীয় লোকে জানিব দিয়া মতে যোৱা তিনিদিনত প্ৰায় এক কিলমিতাৰ মান মাটি নদীৰ বুকুত জাহ যাই ।

অধিক খহনীয়া হোৱাৰ ফলত কলিয়াভোমোৰা দলঙৰ প্ৰায় শেষৰ টো খুটা পাইছেহি ব্ৰহ্মপুত্ৰ নদী ,তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে ৰাইজ আৰু মনত এটাই প্ৰশ্ন ভাবুকি কঢ়িয়াই আনিছে নেকি কলিয়াভোমোৰা দলঙলৈ ?

Leave A Reply

Your email address will not be published.