মুষলধাৰ বৰষুণৰ বাবে হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন।

0 1,253

, ৬খন জিলাত সতৰ্কবাণী জাৰি কৰা হৈছে। মুষলধাৰ বৰষুণৰ ফলত বন্ধ হৈ পৰিছে ১২৮টা পথ।

মাণ্ডিত ৬০টা, কুল্লুৰত ৩৭টা, চিমলাত ২১টা, সমীৰপুৰত এটা পথত যাতায়াত ব্যাহত হৈছে।

বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা ব্যৱস্থা। ব্যাহত হৈছে যাতায়াত ব্যৱস্থা। যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে জিলা কেইখনৰ স্থানীয় লোকসকল।

প্রচণ্ড ধুমুহাৰ বাবে হিমাচলত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যখনত ১৫আগষ্টলৈকে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্রই।

Leave A Reply

Your email address will not be published.