কোনে অলিম্পিকত স্বৰ্ণজয়ৰ পিছতে প্ৰেমিকৰ পৰা পালে বিয়াৰ প্ৰস্তাৱ,

0 5,705

অলিম্পিকত স্বৰ্ণজয়ৰ পিছতে প্ৰেমিকৰ পৰা পালে বিয়াৰ প্ৰস্তাৱ, পিন্ধাই দিলে আঙঠি, সাক্ষী হ’ল প্ৰেমৰ চহৰ পেৰিছ পদক জয়ৰ পিছতে তেওঁৰ প্ৰেমিক লিউ ইউচেনে বিয়াৰ প্ৰস্তাৱ দিলে সকলোৰে সন্মুখত। পিন্ধাই দিলে আঙঠি। শুকুৰবাৰে এই দৃশ্যৰ সাক্ষী হ’ল প্ৰেমৰ চহৰ পেৰিছ।পেৰিছ অলিম্পিকত স্বৰ্ণপদক দখল কৰিছে চীনৰ হুৱাং ইয়াকিয়ঙে। পদকৰ লগতে হৃদয়ো জিকিছে তেওঁ। পদক জয়ৰ পিছতে তেওঁৰ প্ৰেমিক লিউ ইউচেনে বিয়াৰ প্ৰস্তাৱ দিলে সকলোৰে সন্মুখত। পিন্ধাই দিলে আঙঠি। শুকুৰবাৰে এই দৃশ্যৰ সাক্ষী হ’ল প্ৰেমৰ চহৰ পেৰিছ।

Leave A Reply

Your email address will not be published.