আজি বিজেপি ত্যাগ কৰিব অশোক শৰ্মাই!

0 1,252

অৱশেষত আজি বিজেপি ত্যাগ কৰিব অশোক শৰ্মাই। ৯ আগষ্টত নলবাৰীত কংগ্ৰেছত যোগ দিব অশোক শৰ্মাই। দল এৰাৰ ঘোষণাৰ পিছতে এটাৰ পিছত আনটো বিস্ফোৰণ প্ৰাক্তন বিধায়কজনৰ।

ৰাজ্যিক বিজেপিত অসন্তুষ্টিয়ে লৈছে চূড়ান্ত ৰূপ! ৰাজ্যিক নেতৃত্বৰ কাম-কাজত অসন্তুষ্টি প্ৰকাশ কৰি দল এৰিব নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। দীৰ্ঘদিনৰ পৰা দলত উপেক্ষিত হৈ অহাৰ বাবে শুকুৰবাৰে বিজেপি অনুষ্ঠানিকভাৱে ত্যাগ কৰিব নলবাৰীৰ প্ৰাক্তন বিধায়কজনে। তাৰে, পূৰ্বে বৃহস্পতিবাৰে কামাখ্যা আৰু উগ্ৰতাৰা মন্দিৰত আগবঢ়াই পূজা-অৰ্চনা। দল ত্যাগ কৰাৰ পূৰ্বে বিজেপিৰ নেতৃত্বৰ বিৰুদ্ধে এটাৰ পিছত আন এটা বিস্ফোৰক মন্তব্য অশোক শৰ্মাৰ।

Leave A Reply

Your email address will not be published.