চৰকাৰী চিকিৎসা হ’ব আৰু অধিক ব্যয়বহুল

0 1,256

পূৰ্বৰ দৰে এতিয়া সুলভ আৰু সহজলভ্য হৈ নাথাকে ৰাজ্যৰ চৰকাৰী খণ্ডৰ চিকিৎসা সেৱা। বিপৰীতে চৰকাৰী চিকিৎসা হ’ব আৰু অধিক ব্যয়বহুল ৷ কিয়নো ৰাজ্যৰ প্ৰতিখন চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৃদ্ধি হ’ব চৰকাৰী চিকিৎসা মাচুল ৷ পঞ্জীয়ন মাচুলৰ পৰা আৰম্ভ কৰি চিটিস্কেন, MRI, X-RAY লৈ সকলোতে বৃদ্ধি হ’ব ২০% অথবা অধিক মাছুল ৷ প্ৰতিখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ক মাছুল বৃদ্ধিৰ কৰ্তৃত্ব ৰাজ্য চৰকাৰৰ ৷ সেয়ে দিছপুৰৰ এই নিৰ্দেশৰ পিছতে চিকিৎসা মাছুল বৃদ্ধিক লৈ আৰম্ভ কৰিছে প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ে কাম-কাজ

Leave A Reply

Your email address will not be published.