ড০ ননীগোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি

0 4,594

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপক ড° ননীগোপাল মহন্তক বিশ্ববিদ্যালয়খনৰ নতুন উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে।

ড° মহন্তৰ নিযুক্তিত অনুমোদন জনাইছে ৰাজ্যপালে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছিল ড° ননীগোপাল মহন্তই।

২০ আগষ্টত কাৰ্যকালৰ অন্ত পৰিব বৰ্তমানৰ উপাচাৰ্য ড° প্ৰতাপজ্যোতি সন্দিকৈৰ।

Leave A Reply

Your email address will not be published.