আসাম ইষ্টেট টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত উজ্জ্বলিল ধুবুৰী জিলাৰ চাপৰৰ ৯ জনকৈ টাইকোৱাণ্ডো খেলুৱৈ

0 925

মঙ্গলদৈত অনুষ্ঠিত আসাম ইষ্টেট টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত উজ্জ্বলিল ধুবুৰী জিলাৰ চাপৰৰ ৯ জনকৈ টাইকোৱাণ্ডো খেলুৱৈ

বিভিন্ন শিতানত অনুষ্ঠিত হোৱা টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত চাপৰ টাইকোৱাণ্ডো একাডেমীৰ ৯ জনকৈ খেলুৱৈয়ে জয় লাভ কৰি আনিলে ১ টা সোণ,১ টা ৰূপ,৭ টা ব্ৰঞ্জৰ পদক সহ মুঠ ৯ টা পদক

উল্লেখযোগ্য যে ১৮,১৯,২০ আৰু ২১ জুলাইত মঙ্গলদৈ মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল আসাম ইষ্টেট টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ

য’ত প্ৰশিক্ষক নিপন সিংহৰ নেতৃত্বত ধুবুৰী জিলাৰ এটা দলে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত

আজি বিজয়ী খেলুৱৈ সকলক একাডেমীৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে কতৃপক্ষই

Leave A Reply

Your email address will not be published.