ধুবুৰীৰ সাপটগ্ৰাম হৰলটাৰীত শঙ্কৰী সংগীতৰ সাতদিনীয়া কৰ্মশালাৰ সামৰণি

0 4,560

১৫ জুলাইৰ পৰা ২১ তাৰিখ লৈকে ধুবুৰী জিলাৰ মহামায়া উন্নয়ণ খণ্ডৰ অন্তৰ্গত সাপটগ্ৰাম হৰলটাৰী ৰাজহুৱা নামঘৰ প্ৰাঙনত শ্ৰী মন্ত শঙ্কৰ দেৱ সংঘৰ শঙ্কৰি সংগীতৰ সাতদিনীয়া কৰ্মশালাৰ আজি সফল সামৰণি পৰে।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধুবুৰী জিলা শাখাৰ উদ্যোগত আৰু জিলা সংস্কৃতি শাখাৰ ব্যৱস্থাপনাত জিলা সেৱা বাহিনী তথা হৰলটাৰী প্ৰাথমিক শাখাৰ আতিথ্যত আয়োজিত সাত দিন ব্যপি চলি থকা কাৰ্য্য সূচীত বিভিন্ন পৰ্য্যায়ৰ শঙ্কৰী সংঘৰ ভক্ত বৃন্দৰ অংশ গ্ৰহণত সাত দিনীয়া কাৰ্য্য সূচীৰ সফল সামৰণি পৰে।

Leave A Reply

Your email address will not be published.