ৰাজ্যৰ ৬খন জিলাত Orange Alert আৰু ১৭খনকৈ জিলাত Yellow Alert জাৰি

0 1,264

ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ৬খন জিলাত Orange Alert আৰু ১৭খনকৈ জিলাত Yellow Alert জাৰি বতৰ বিজ্ঞান বিভাগৰ!
ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বৰপেটা, বাক্সা জিলাত Orange Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
তিনিচুকীয়া, ডিব্ৰুগড, চৰাইদেউ, শিৱসাগৰ, ডিমা হাচাও, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত আজি Yellow Alert জাৰি বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰা জিলাসমূহত আজি হ’ব ধাৰাসাৰ বৰষুণ
আজি ৰাজ্যৰ ৬খন জিলাত Orange Alert আৰু ১৭খনকৈ জিলাত Yellow Alert জাৰি কৰিলে বতৰ বিজ্ঞান বিভাগে।

Leave A Reply

Your email address will not be published.