ৰাজ্যৰ ৭খনকৈ জিলাত আজি হ’ব ধাৰাসাৰ বৰষুণ!

0 5,678

সাৱধান! ৰাজ্যৰ ৭খনকৈ জিলাত আজি হ’ব ধাৰাসাৰ বৰষুণ! বতৰ বিজ্ঞান বিভাগে জাৰি কৰিলে Yellow Alert!

বিগত দুদিনত উৎকট গৰমৰ পিছত ৰাজ্যৰ কেইবাখনো জিলাত হ’ব পাৰে ধাৰাসাৰ বৰষুণ।আজিৰ দিনটোত ৰাজ্যৰ ৭খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow AlertYellow Alert জাৰি কৰা জিলাসমূহত অতিপাত বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

Leave A Reply

Your email address will not be published.