আজি ৰাভা দিৱস

0 8,905

প্ৰতিবছৰে ২০ জুনৰ দিনটো অসমবাসীয়ে বিষ্ণু প্ৰসাদ ৰাভা দিৱস (Bishnu Rabha Divas) হিচাপে পালন কৰি আহিছে। ৰাজ্যৰ বিভিন্ন স্থানত বিষ্ণু ৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ ক্ষেত্ৰখনত অনবদ্য অৱদান আগবঢ়োই থৈ যোৱা এইগৰাকী মহান ব্যক্তিক কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা ‘নটৰাজ’ নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘কলাগুৰু’ সন্মান প্ৰদান কৰিছিল (Kalaguru Bishnu Prasad Rabha)।

সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু

Leave A Reply

Your email address will not be published.