ৰাজ্যত আজি ভয়াৱহ ৰূপ ল’ব বতৰে!

0 4,342

পুনৰ অসমৰ ৪খন জিলাত Orange Alert আৰু ৬খন জিলাত Yellow Alert জাৰি কৰিলে বতৰ বিজ্ঞান বিভাগে

ৰাজ্যত আজি ভয়াৱহ ৰূপ ল’ব বতৰে। আজিও পুৱাৰে পৰা ৰাজ্যৰ ভিন্নপ্ৰান্তত হৈ আছে কিনকিনীয়া বৰষুণ।

ইয়াৰ মাজতে ৰাজ্যৰ ৪খন জিলাত Orange Alert আৰু ৬খন জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert।

কোকৰাঝাৰ, ধুবুৰী, চিৰাং, বঙাইগাঁও জিলাত জাৰি কৰা Orange Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। বাক্সা, নলবাৰী, বৰপেটা, গোৱালপাৰা, দক্ষিণ শালমৰা আৰু চৰাইদেউ জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert।উল্লেখ্য যে বতৰ বিজ্ঞান কেন্দ্ৰই অসমকে ধৰি উত্তৰ-পূবত ধাৰাসাৰ হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই দিছে আগজাননী।

Leave A Reply

Your email address will not be published.