জুবিন গাৰ্গক সাৱতী ধৰি নিলম্বন গৃহৰক্ষী জোৱান মিলিপ্ৰভা চুতীয়া

0 7,707

জুবিন গাৰ্গক সাৱতী ধৰি নিলম্বন হ’ল এগৰাকী অসম আৰক্ষী মহিলা জোৱানৰ । আৰক্ষী বিভাগে নিলম্বন কৰা গৃহৰক্ষী জোৱান গৰাকীৰ নাম মিলিপ্ৰভা চুতীয়া

কৰ্তব্যৰত সময়ত অনুশাসন ভংগৰ অভিযোগত এই কঠোৰ সিদ্ধান্ত লৈছে বিভাগে। চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান মিলিপ্ৰভা চুতীয়াই বিহুমঞ্চত উঠি জুবিনক সাৱটি ধৰিছিল।  জুবিনৰ ভৰি চুই সেৱা লোৱা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত

Leave A Reply

Your email address will not be published.