হনুমান জয়ন্তীত দুই নক্ষত্ৰৰ অতি বিৰল যোগ!

0 1,266

আজি মানি চলক এইকেইটা সহজ নিয়ম, সলনি হ’ব আপোনাৰ ভাগ্য
আজি হনুমান জয়ন্তী। হনুমানজীৰ জন্ম হৈছিল চিত্ৰা নক্ষত্ৰত। আজি মঙলবাৰে হনুমান জয়ন্তীত সংযোগ হৈছে চিত্ৰা নক্ষত্ৰ আৰু বজ্ৰ নামক যোগৰ।আজি হনুমান জয়ন্তী। হনুমানজীৰ জন্ম হৈছিল চিত্ৰা নক্ষত্ৰত।

আজি মঙলবাৰে হনুমান জয়ন্তীত সংযোগ হৈছে চিত্ৰা নক্ষত্ৰ আৰু বজ্ৰ নামক যোগৰ। লগতে এই দিনটোত মংগল গ্ৰহেও মীন ৰাশিত প্ৰৱেশ কৰিব। হনুমান জয়ন্তীৰ দিনা কিছুমান বিশেষ ৰীতি-নীতি পালন কৰিলে জীৱনৰ পৰা সকলো বাধা আঁতৰি যাব, সুখ-শান্তি আহিব।

হনুমান জয়ন্তীৰ দিনটো হিন্দু ধৰ্মত অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। হনুমানজীক পূজা কৰিলে জীৱনৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায় আৰু সুখ-শান্তি কঢ়িয়াই আনে

Leave A Reply

Your email address will not be published.