অসম সন্তান ৰিয়ান পৰাগৰ দুৰ্দান্ত বেটিং, ৰিয়ানলৈ Player of The Match

0 47

জয়পুৰত জিলিকিল অসম সন্তান ৰিয়ান, দিল্লীৰ কেপিটেলছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ জয়। ফৰ্মলৈ উভটিল ৰিয়ান পৰাগ। IPLত দুৰ্দান্ত প্ৰদৰ্শন ৰিয়ান পৰাগৰ।  দ্বিতীয় মেচত ৰাজস্থান ৰয়েলছৰ ত্ৰাণকৰ্তা ৰূপত অসম সন্তান ৰিয়ান পৰাগ। দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰিয়ান পৰাগৰ বিস্ফোৰক ইনিংছ। ৩৪টা বলতে অৰ্ধশতক অৰ্জন ৰিয়ান পৰাগৰ। দিল্লী কেপিটেলছৰ ৰাজস্থান ৰয়েছৰ দ্বিতীয়খন মেচত ৪৫টা বলত ৮৪ ৰাণৰ বিস্ফোৰক ইনিংছ ৰিয়ান পৰাগক। মাত্ৰ ৪৫টা বলতে ৮৪ ৰাণ সংগ্ৰহ ৰিয়ানৰ। ৰিয়ানৰ পৰাগৰ দুৰ্দান্ত বেটিঙৰ ফলতে ৰাজস্থান ৰয়েলছে সংগ্ৰহ কৰে ১৮৫ ৰাণ।

১৮৬ৰ টাৰ্গেট অনুসৰণ কৰি ১৭৩ ৰাণহে কৰিবলৈ সক্ষম হ’ল দিল্লী কেপিটেলছ। দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে ৰিয়ান পৰাগলৈ ‘Player of The Match’।

Leave A Reply

Your email address will not be published.