নলবাৰীতো আৰম্ভ সুদখোৰৰ বিৰুদ্ধে অভিযান

0 382

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্দেশৰ পিছতে ৰাজ্যৰ আৰক্ষী প্ৰশাসন তৎপৰ

ৰাজ্যৰ ভিন্ন প্ৰান্তত অভিযান চলাই আৰক্ষীয়ে সুদখোৰৰ আটক কৰিছে

নলবাৰীতো আৰম্ভ হ’ল সুদখোৰৰ বিৰুদ্ধে অভিযান

বেলশৰ আৰক্ষীৰ জালত পৰিল এজন সুদখোৰ

বেলশৰ আৰক্ষীৰ জালত পৰা সুদখোৰৰ জন হ’ল দিবাকৰ বৰ্মন

ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত বেলশৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজন

২৯/২৪ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক

বেলশৰ থানাৰ অন্তৰ্গত টেঙাবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হয় লোকজনক

ইতিমধ্যে নলবাৰী আৰক্ষীয়ে প্ৰস্তুত কৰিছে সুদখোৰৰ দীঘলীয়া তালিকা

শীঘ্ৰেই জালত পৰাৰ সম্ভাৱনা বহু সুদখোৰ

Leave A Reply

Your email address will not be published.