শিৱসাগৰৰ ৰূপহীমুখত মথাউৰিৰ পৰা পিছলি আঘাতপ্ৰাপ্ত সাংসদ তপন কুমাৰ গগৈ

0 1,284

শিৱসাগৰৰ ৰূপহীমুখত ঠাই পৰিদৰ্শন কৰা অৱস্থাত মথাউৰিৰ পৰা পিছলি আঘাতপ্ৰাপ্ত সাংসদ তপন কুমাৰ গগৈ

বৰ্তমান চিকিৎসাধীন সাংসদ গৰাকী

. শিৱসাগৰ জিলাৰ ৰূপহীমুখত এক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি উভতাৰ সময়ত পথৰ কাষৰ এক মুকলি ঠাই পৰিদৰ্শন কৰা অৱস্থাত মথাউৰিৰ পৰা পিছলি আঘাতপ্ৰাপ্ত হয় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ শ্ৰীযুত তপন কুমাৰ গগৈ

উন্নত চিকিৎসাৰ বাবে সাংসদ গৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে | তেখেতৰ আশু আৰোগ্যৰ বাবে শুভাকাংশী সকলৰ প্ৰাৰ্থনা

Leave A Reply

Your email address will not be published.