অভয়াপুৰী আৰক্ষীৰ জালত সুদখোৰ ৱাছিৰ আহমেদ ওৰফে ধনো

0 1,271

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পিছতে সুদখোৰৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান আৰক্ষীৰ

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ এইবাৰ অভয়াপুৰী আৰক্ষীৰ জালত পৰে

যোগীঘোপাৰ এজন

অভিযুক্ত সুদখোৰটোৰ নাম অভয়াপুৰীৰ ৰৌমাৰীৰ ৱাছিৰ আহমেদ ওৰফে ধনো

যোগীঘোপা আৰক্ষীয়ে আটক কৰে সুদখোৰটোক

এই সুদখোৰজনৰ মানসিক অত্যাচাৰ কৰিব নোৱাৰি তিনি বছৰ পূৰ্বে বোৱালীমাৰীৰ এজন যুৱ ব্যৱসায়ীয়ে কৰিছিল আত্মহত্যা কৰাৰ অভিযোগ

সম্প্ৰতি অভয়াপুৰী আৰক্ষীয়ে তদন্তৰ বাবে নিজৰ জিম্মাত নিয়ে।

সুদখোৰজটোৰ বিৰুদ্ধে কালি এজাহাৰ দাখিল কৰিছিল বিজেপি নেতা দেৱজিৎ আৰ্যই ।

আজি গুৱাহাটীলৈ পলায়ন কৰিব চেষ্টা কৰাতে যোগীঘোপা আৰক্ষীয়ে আটক কৰে সুদখোৰটোক

যোগীঘোপা থানাৰ পৰা অভয়াপুৰী আৰক্ষীয়ে নিজৰ জিম্মাত নিয়ে।

সাধাৰণ লোকক টকা দি অতিমাত্ৰা হাৰত সুদ লৈ সঘনাই কৰিছিল শাৰীৰিক মানসিক নিৰ্যাতন কৰাৰ অভিযোগ

সাধাৰণ মানুহক লুটি গঢ়িছিল অগাধ সম্পত্তি

আৰক্ষীয়ে ৱাছিৰ আহমেদৰ ব্যৱসায়িক প্ৰতিষ্ঠানতো অভিযান চলায়

Leave A Reply

Your email address will not be published.