মেট্ৰিক পৰীক্ষাক লৈ এক নতুন খবৰ

0 66,703

বাজেট অধিৱেশনৰ মাজতে শিক্ষামন্ত্ৰী ৰনোজ পেগু ঘোষনা ৰাজ্যৰ মেট্ৰিক পৰীক্ষাক লৈ এক নতুন খবৰ ৰনোজ পেগুৰ অহা বছৰৰ পৰা নাথাকিব মেট্ৰিক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীৰ মাজত ষ্টেণ্ড পজিশ্যন

মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ পিছত প্ৰতিজন ছাত্ৰ -ছাত্ৰাৰ ঘৰত এক আনন্দ মুখৰ পৰিৱেশৰ সৃষ্ঠি হয়

সকলোৱে ৰা থাকে মেট্ৰিক পৰীক্ষাৰ বিশেষ দিনটোলৈ

অহা বছৰৰ পৰা সকলোৰে উৎকণ্ঠাৰে ৰৈ থকা মেট্ৰিক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীৰ মাজত ষ্টেণ্ড পজিশ্যন নাথাকিব

এই কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী গৰাকীয়ে

ষ্টেণ্ড স্বীকৃতি লৈ কোনো শিক্ষাৰ্থীয়ে IIT ইঞ্জিনিয়াৰিং মেডিকেলত নাপাব সুবিধা জনায় ৰনোজ পেগুৱে

Leave A Reply

Your email address will not be published.