ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে চাহ খোৱাৰ সলনি কি খাব আপুনি

0 5,572

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে চাহ খোৱাৰ সলনি কি কি খাব

১. কুহুমীয়া পানী: ৰাতিপুৱা খালী পেটত কুহুমীয়া পানী খালে পাচন তন্ত্ৰ পৰিস্কাৰ হয় আৰু বিপাক বৃদ্ধি হয়।

২. নেমু পানী: নেমু পানী সেৱনে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে।

৩. গ্ৰীণ টি: ৰাতিপুৱা গ্ৰীণ টি খোৱাটো এটা ভাল বিকল্প হ’ব পাৰে। ইয়াত এণ্টিঅক্সিডেণ্ট থাকে যি শৰীৰক সতেজতা প্ৰদান কৰে।

৪. নাৰিকলৰ পানী: নাৰিকলৰ পানী ইলেক্ট্ৰলাইটত সমৃদ্ধ। যিয়ে শৰীৰটোক হাইড্ৰেটেড ৰাখে।

Leave A Reply

Your email address will not be published.