ৰাজ্যৰ ২১ খন জিলাত আজিৰ পৰা কাৰ্যক্ষম হ’ব ৩৯খনকৈ উপ-জিলা ৷

0 1,249

এই উপ-জিলাসমূহক ‘সম-জিলা’ হিচাপে নামাংকন কৰা লগতে ৰাজ্য চৰকাৰে এই সম-জিলাসমূহৰ সদৰ ঠাইৰ নামো ঘোষণা কৰিছে ৷

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, অসমত প্ৰশাসনীয় সংস্কাৰৰ বাবে কেতবোৰ নতুন উপ-জিলা গঠন কৰাৰ সিদ্ধান্ত লৈছিল কেবিনেটে। আগষ্ট মাহত হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে, ‘‘প্ৰশাসনিক কাম-কাজৰ সুবিধাৰ বাবে মুঠ ৮১ খন উপ-জিলা গঢ়ি তোলা হৈছে ৷ এই উপ-জিলাসমূহৰ দায়িত্বত থাকিব অতিৰিক্ত জিলা আয়ুক্ত ৷’’ সম-জিলা সমূহ ক্ৰমে-

Leave A Reply

Your email address will not be published.