আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন

0 6,687

ছাত্ৰ একতা সভাৰ ১৮ পদৰ ৪ টা পদত বিনা প্ৰতিদ্বদন্দিতাৰে চাৰি গৰাকী প্ৰাৰ্থী বিজয়ী হোৱাত আজি ১৪ টা পদৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন।১৪ টা পদৰ বিপৰীতে মুঠ ২৯ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বদন্দিতা।সভাপতিৰ পদত তিনি গৰাকী প্ৰাৰ্থী ৰ বিপৰীতে সাধাৰণ সম্পাদককে ধৰি আন কেউটা পদত দুগৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বদন্দিতা আগবঢ়াইছে।বিশ্ব বিদ্যালয় খনৰ পাচ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে নিৰ্বাচিত কৰিব তেওঁলোকৰ ছাত্ৰ একতা সভাৰ প্ৰতিনিধি সকলক।

Leave A Reply

Your email address will not be published.