বিশ্বনাথ চাৰিআলি বৰগোলাৰ সন্মুখত পিষ্টলসহ তিনি যুৱক আটক

0 1,258

যুৱক কেইজনৰ বাহনত আৰক্ষীয়ে উদ্ধাৰ কৰিছে বহু পৰিমাণৰ নকল টকাৰ উকা কাগজ । এখন বাহনত বিশ্বনাথ ঘাটৰ দিশৰ পৰা আহিছিল এই তিনি যুৱক । এজনৰ ঘৰ মেঘালয় আৰু দুজন যুৱক তেজপুৰৰ বুলি জানিব পৰা গৈছে । যুৱক কেইজনৰ নাম লক্ষ্য জ্যোতি শৰ্মা,হীৰক জ্যোতি বৰা আৰু টিং ছেইন চাৰিইয়াং বুলি জানিব পৰা গৈছে ।

Leave A Reply

Your email address will not be published.