আজি বিশ্ব পৰ্যটন দিৱস

0 1,248

কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ উদ্যোগত আৰু অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত শুকুৰবাৰে চৰাইদেউ মৈদামত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰ্যটন দিৱস পালন কৰা হ’ব ।

এইবাৰৰ বিশ্ব পৰ্যটন দিৱসৰ মূলমন্ত্ৰ হৈছে ‘পৰ্যটন আৰু শান্তি’। এই কাৰ্যসূচী অনুসৰি পুৱা মৈদাম ক্ষেত্ৰত গছপুলি ৰোপন, ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ঐতিহ্য ভ্ৰমণৰ লগতে বিশ্ব পৰ্যটন দিৱসৰ মূল অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে ।

Leave A Reply

Your email address will not be published.