লাহোৱাল মটক চাহ বাগিচাত উতপ্ত পৰিস্থিতি

0 6,805

শ্ৰমিকৰ সৈতে আলোচনা নকৰি বাগিচাৰ কৰ্তৃপক্ষই আজি শ্ৰমিকৰ একাউন্টত ১৫ % ৰ এক অংশ ধন অতৰ্কিতে প্ৰদান কৰা পিছতেই শ্ৰমিকসকল ক্ষোভিত হৈ পৰে। উত্তেজিত শ্ৰমিকে বাগিচাৰ পৰিচালকৰ কাৰ্যলয়ৰ ঘেৰাও কৰা লগতে প্ৰতিবাদ সাব্যস্ত কৰে ।M, K শ্বাহ কোম্পানীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে। ২০%ৰ বোনাচ শ্ৰমিকক প্ৰদান নকৰিলে অনিৰ্দিষ্টকালৰ বাবে বাগিচা বন্ধ কৰি দিব বুলি স্পষ্ট কৰি দিছে ক্ষোভিত শ্ৰমিকসকলে।

Leave A Reply

Your email address will not be published.