৭৪ বছৰ সম্পূৰ্ণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

0 1,254

প্ৰধানমন্ত্ৰী জন্মদিন উদযাপনৰ বাবে বিজেপিয়ে আৰম্ভ কৰে ‘সেৱা পষেক’ পদক্ষেপ যিটো ২ অক্টোবৰত গান্ধী জয়ন্তী উপলক্ষে সমাপ্ত হ’ব। পষেকজোৰা প্ৰচাৰৰ বাবে দলটোৱে এই পদক্ষেপৰ তদাৰক কৰিবলৈ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বংশালৰ নেতৃত্বত ৯ জনীয়া এখন সমিতি গঠন কৰিছে।

নতুন দিল্লীত এটা ৰক্তদান শিবিৰ উদ্বোধন কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ জীৱন আৰু অৱদানৰ ওপৰত আলোকপাত কৰি এখন প্ৰদৰ্শনী মুকলি কৰি আজি দলৰ সভাপতি জে পি নাড্ডাই ‘সেৱা পষেক’ৰ পদক্ষেপ আৰম্ভ কৰিব।

Leave A Reply

Your email address will not be published.