ট্রেডিং কাণ্ডত নাম সাঙোৰ খোৱা CIDৰ বিষয়া সৰোজ ডেকাক গ্ৰেপ্তাৰ

0 3,481

ট্ৰেডিঙৰ নামত অবৈধভাৱে ধন সংগ্ৰহত জড়িত থকাৰ বাবে অভিযোগত আজি চাৰিদুৱাৰ আৰক্ষীয়ে ১৪৬/২৪ গোচৰ নম্বৰৰ আধাৰত চি আই ডিত কৰ্মৰত এজন বিষয়াক আটক কৰিছে।

আটকাধীন বিষয়াজনৰ নাম সৰোজ ডেকা। বৰ্তমান সৰোজ ডেকাক চাৰিদুৱাৰ থানাত জেৰা চলাই আছে আৰক্ষীয়ে৷ ট্ৰেডিং সম্পৰ্কে থকা অজ্ঞতাৰ বাবেই এইসকল প্ৰৱঞ্চকে নিশাটোৰ ভিতৰতে ধনী হোৱাৰ সপোন দেখুৱাই মানুহৰ পৰা সংগ্ৰহ কৰি আহিছে লাখে লাখে ধন।

Leave A Reply

Your email address will not be published.