স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ডুমডুমাত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

0 1,249

স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবী ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ

সমগ্ৰ ৰাজ্যত বৰ্তমান ও অব্যাহত আছে APDCL ৰ বিৰুদ্ধে প্ৰতিবাদ । দিনক দিনে বৃদ্ধি পাইছে প্ৰতিবাদ। কি দ’ল সংগঠন? কি ৰাইজ ? সকলো ঠাইতে প্ৰতিবাদ সাব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। জনসাধাৰণৰ ওপৰত মাধমাৰ মৰা স্মাৰ্ট মিটাৰকলৈ জনসাধাৰণৰ ক্ষোভ এইবাৰ ডুমডুমাত ।

ডুমডুমাৰ APDCL কাৰ্যালয়ত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত শতাধিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। স্মাৰ্ট মিটাৰৰ জৰিয়তে বিদ্যুৎ বিভাগে জনসাধাৰণৰ ওপৰত মাধমাৰ মৰাৰ অভিযোগ তুলি শীঘ্ৰে স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰাৰ দাবী তুলে।

Leave A Reply

Your email address will not be published.