৩ চেপ্তেম্বৰত “অভিৰুচি ক্রীড়া” দিৱস আয়োজন কৰাৰ বাবে ব্যাপক প্ৰস্ততি নামতি

0 1,250

অর্জুন বঁটা প্রাপক দৌৰবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে শিৱসাগৰ জিলাৰ নামতিত ব্যাপক প্ৰস্ততি

নামতিবাসী ৰাইজ আৰু নামতি ফুটবল প্রশিক্ষণ কেন্দ্র অভিভাৱক সমিতিৰ সহযোগত দিনযোৰা কার্যসূচীৰে নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় খেলপথাৰ’ত অনুষ্ঠিত হব লগা উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা ৫ বজাত প্ৰাইজমাণি মাৰাথান দৌৰ প্রতিযোগিতাৰ লগতে কেইবাখনো প্রদর্শনীমূলক ফুটবল খেল অনুষ্ঠিত কৰা হব ॥

মাৰাথান দৌৰ প্ৰতিযোগিতাৰ বিজয়ী সকলক মুঠ নগদ ধনৰ লগতে ট্ৰফী আৰু মানপত্ৰ‍ৰে পুৰস্কৃত কৰা হব ॥

Leave A Reply

Your email address will not be published.